Sign Up

Ready to quench your curiosity ? Register now and become part of VISION ACE knowledge revolution!"

Sign In

Join the Knowledge Community---- VISION ACE

Forgot Password

Lost your password? Please enter your email address. You will receive a link and will create a new password via email.

Sorry, you do not have a permission to ask a question, You must login to ask question.

Please briefly explain why you feel this question should be reported.

Please briefly explain why you feel this answer should be reported.

Please briefly explain why you feel this user should be reported.

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-10

4.6/5 - (22 votes)

Assam GK In Assamese Language

Whatsapp Group 2024 : Join Now

১/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?

What is the name of the first Assamese children’s film?

(ক) অবুজ বেদনা
(খ) জীৱন সুৰভি
(গ) পূবেৰুণ
(ঘ) চিকমিক বিজুলী

উত্তৰ :- (ক) অবুজ বেদনা

২/ চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

What is the name of the first Assamese novel to be made into a film?

(ক) মিৰি জীয়ৰী
(খ) পিতাপুত্ৰ
(গ) পৃথিৱীৰ হাঁহি
(ঘ) মনোমতি

উত্তৰ :- (ঘ) মনোমতি

৩/ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?

For which book did Bhabendra Nath Shaikia win the Sahitya Akademi Award?

(ক) শৃংখল
(খ) ৰাতি ফুলা ফুল
(গ) ৰংমিলিৰ হাঁহি
(ঘ) সেন্দুৰ

উত্তৰ :- (ক) শৃংখল

Whatsapp Group 2024 : Join Now

৪/ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?

Which poet is known as the poet of the stream?

(ক) ৰত্নকান্ত বৰকাকতি
(খ) অমূল্য বৰুৱা
(গ) শৈলধৰ ৰাজখোৱা
(ঘ) বিনন্দ চন্দ্ৰ বৰুৱা

উত্তৰ :- (গ) শৈলধৰ ৰাজখোৱা

৫/ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

When did tea cultivation start in Assam?

(ক) ১৮৫০ চনত
(খ) ১৮৪২ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮৪৫ চনত

উত্তৰ :- (ক) ১৮৫০ চনত

৬/ অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত ?

In which district of Assam is the Sainik School located?

(ক) বঙাইগাঁও
(খ) গোৱালপাৰা
(গ) শিৱসাগৰ
(ঘ) তিনিচুকীয়া

উত্তৰ :- (খ) গোৱালপাৰা

৭/ অসমৰ ক’ত গৰম পানীৰ উহ আছে ?

Where is the hot spring in Assam?

(ক) গোলাঘাট
(খ) দুলীয়াজান
(গ) নলবাৰী
(ঘ) নগাওঁ

উত্তৰ :- (ক) গোলাঘাট

৮/ অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?

In which district of Assam is the japi industry located?

(ক) নলবাৰী
(খ) বৰপেটা
(গ) বঙাইগাঁও
(ঘ) শিলচৰ

উত্তৰ :- (ক) নলবাৰী

৯/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ?

Where was the first session of the Assam Sahitya Sabha held?

(ক) শিৱসাগৰ
(খ) তেজপুৰ
(গ) নগাওঁ
(ঘ) বৰপেটা

উত্তৰ :- (ক) শিৱসাগৰ

১০/ উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ?

Who is the emperor of novels?

(ক) ৰজনীকান্ত বৰদলৈ
(খ) চৈয়দ আব্দুল মালিক
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) বেণুধৰ শৰ্মা

উত্তৰ :- (ক) ৰজনীকান্ত বৰদলৈ

Whatsapp Group 2024 : Join Now

Assam GK In Assamese Language

১/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?

(ক) অবুজ বেদনা
(খ) জীৱন সুৰভি
(গ) পূবেৰুণ
(ঘ) চিকমিক বিজুলী

উত্তৰ :- (ক) অবুজ বেদনা

২/ চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

(ক) মিৰি জীয়ৰী
(খ) পিতাপুত্ৰ
(গ) পৃথিৱীৰ হাঁহি
(ঘ) মনোমতি

উত্তৰ :- (ঘ) মনোমতি

৩/ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?

(ক) শৃংখল
(খ) ৰাতি ফুলা ফুল
(গ) ৰংমিলিৰ হাঁহি
(ঘ) সেন্দুৰ

উত্তৰ :- (ক) শৃংখল

৪/ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?

(ক) ৰত্নকান্ত বৰকাকতি
(খ) অমূল্য বৰুৱা
(গ) শৈলধৰ ৰাজখোৱা
(ঘ) বিনন্দ চন্দ্ৰ বৰুৱা

উত্তৰ :- (গ) শৈলধৰ ৰাজখোৱা

৫/ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

(ক) ১৮৫০ চনত
(খ) ১৮৪২ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮৪৫ চনত

উত্তৰ :- (ক) ১৮৫০ চনত

৬/ অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত ?

(ক) বঙাইগাঁও
(খ) গোৱালপাৰা
(গ) শিৱসাগৰ
(ঘ) তিনিচুকীয়া

উত্তৰ :- (খ) গোৱালপাৰা

৭/ অসমৰ ক’ত গৰম পানীৰ উহ আছে ?

(ক) গোলাঘাট
(খ) দুলীয়াজান
(গ) নলবাৰী
(ঘ) নগাওঁ

উত্তৰ :- (ক) গোলাঘাট

৮/ অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?

(ক) নলবাৰী
(খ) বৰপেটা
(গ) বঙাইগাঁও
(ঘ) শিলচৰ

উত্তৰ :- (ক) নলবাৰী

৯/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ?

(ক) শিৱসাগৰ
(খ) তেজপুৰ
(গ) নগাওঁ
(ঘ) বৰপেটা

উত্তৰ :- (ক) শিৱসাগৰ

১০/ উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ?

(ক) ৰজনীকান্ত বৰদলৈ
(খ) চৈয়দ আব্দুল মালিক
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) বেণুধৰ শৰ্মা

উত্তৰ :- (ক) ৰজনীকান্ত বৰদলৈ

Related Posts