Sign Up

Ready to quench your curiosity ? Register now and become part of VISION ACE knowledge revolution!"

Sign In

Join the Knowledge Community---- VISION ACE

Forgot Password

Lost your password? Please enter your email address. You will receive a link and will create a new password via email.

Sorry, you do not have a permission to ask a question, You must login to ask question.

Please briefly explain why you feel this question should be reported.

Please briefly explain why you feel this answer should be reported.

Please briefly explain why you feel this user should be reported.

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-09

5/5 - (6 votes)

Assam GK In Assamese Language

Whatsapp Group 2024 : Join Now

১/ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলন খনৰ নাম কি ?

What is the name of the collection of short stories by Sahitya Akademi Award winner Sourav Kumar Chaliha?

(ক) গোলাম
(খ) শৃংখল
(গ) আবৃত্ত
(ঘ) বাজীকৰ

উত্তৰ :- (ক) গোলাম

২/ প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি ?

What is the name of the first Assamese fourteen-verse poem?

(ক) প্ৰিয়তমাৰ চিঠি
(খ) প্ৰতিপদ
(গ) বনফুল
(ঘ) স্বপ্নভংগ

উত্তৰ :- (ক) প্ৰিয়তমাৰ চিঠি

৩/ অমিত্ৰাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল ?

Who was the first Assamese to write literature in the rhythm of Amitraksha?

(ক) কাশীনাথ তামুলী ফুকন
(খ) লম্বোদৰ বৰা
(গ) ৰমাকান্ত চৌধুৰী
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (গ) ৰমাকান্ত চৌধুৰী

৪/ প্ৰথম অসমীয়া ব্যংগ আলোচনী খনৰ নাম কি ?

What is the name of the first Assamese satirical magazine?

(ক) চিহ্নযাত্ৰা
(খ) কাৰ্টুন
(গ) কানীয়াৰ কীৰ্ত্তন
(ঘ) সাধুৰ পুথি

উত্তৰ :- (খ) কাৰ্টুন

৫/ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?

Who was the first President of the Assam Sahitya Sabha?

(ক) হোমেন বৰগোহাঞি
(খ) শঙ্কৰদেৱ
(গ) লক্ষ্মীনাথ বেজবৰুৱা
(ঘ) পদ্মনাথ গোহাঞিবৰুৱা

উত্তৰ :- (ঘ) পদ্মনাথ গোহাঞিবৰুৱা

Whatsapp Group 2024 : Join Now

৬/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

What is the name of the first Assamese novel to win the Jnanpith Award?

(ক) মৃত্যুঞ্জয়
(খ) নীলকণ্ঠী ব্ৰজ
(গ) আয়কিংগম
(ঘ) লাহৰী

উত্তৰ :- (ক) মৃত্যুঞ্জয়

৭/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল ?

Who was the first woman President of the Assam Sahitya Sabha?

(ক) নলিনীবালা দেৱী
(খ) শুচিব্ৰতা ৰায়চৌধুৰী
(গ) মামণি ৰয়চম গোস্বামী
(ঘ) নিৰ্মলপ্ৰভা বৰদলৈ

উত্তৰ :- (ক) নলিনীবালা দেৱী

৮/ অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় ?

When was the Assam Women’s Football Association formed?

(ক) ১৯৮৫ চনত
(খ) ১৯৮৬ চনত
(গ) ১৯৮৭ চনত
(ঘ) ১৯৮৮ চনত

উত্তৰ :- (ক) ১৯৮৫ চনত

৯/ অসমত সহ: অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি ?

What is the name of the artist who made his co: acting debut in Assam ?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা
(খ) ব্ৰজ শৰ্মা
(গ) জ্যোতিপ্ৰসাদ আগৰৱালা
(ঘ) প্ৰমথেশ বৰুৱা

উত্তৰ :- (খ) ব্ৰজ শৰ্মা

১০/ অসম ফুটবল সন্থাৰ (১৯৪৬ চন) প্ৰথমগৰাকী সভাপতি কোন আছিল ?

Who was the first President of the Assam Football Association (1946)?

(ক) নবীন চন্দ্ৰ বৰদলৈ
(খ) ফখৰুদ্দিন আলি আহমেদ
(গ) ফণী শৰ্মা
(ঘ) ৰাধাগোবিন্দ বৰুৱা

উত্তৰ :- (খ) ফখৰুদ্দিন আলি আহমেদ

[ays_quiz id=”21″]

[ays_quiz_all_results id=”21″]

১/ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলন খনৰ নাম কি ?

(ক) গোলাম
(খ) শৃংখল
(গ) আবৃত্ত
(ঘ) বাজীকৰ

উত্তৰ :- (ক) গোলাম

২/ প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি ?

(ক) প্ৰিয়তমাৰ চিঠি
(খ) প্ৰতিপদ
(গ) বনফুল
(ঘ) স্বপ্নভংগ

উত্তৰ :- (ক) প্ৰিয়তমাৰ চিঠি

৩/ অমিত্ৰাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল ?

(ক) কাশীনাথ তামুলী ফুকন
(খ) লম্বোদৰ বৰা
(গ) ৰমাকান্ত চৌধুৰী
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (গ) ৰমাকান্ত চৌধুৰী

৪/ প্ৰথম অসমীয়া ব্যংগ আলোচনী খনৰ নাম কি ?

(ক) চিহ্নযাত্ৰা
(খ) কাৰ্টুন
(গ) কানীয়াৰ কীৰ্ত্তন
(ঘ) সাধুৰ পুথি

উত্তৰ :- (খ) কাৰ্টুন

৫/ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?

(ক) হোমেন বৰগোহাঞি
(খ) শঙ্কৰদেৱ
(গ) লক্ষ্মীনাথ বেজবৰুৱা
(ঘ) পদ্মনাথ গোহাঞিবৰুৱা

উত্তৰ :- (ঘ) পদ্মনাথ গোহাঞিবৰুৱা

৬/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

(ক) মৃত্যুঞ্জয়
(খ) নীলকণ্ঠী ব্ৰজ
(গ) আয়কিংগম
(ঘ) লাহৰী

উত্তৰ :- (ক) মৃত্যুঞ্জয়

৭/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল ?

(ক) নলিনীবালা দেৱী
(খ) শুচিব্ৰতা ৰায়চৌধুৰী
(গ) মামণি ৰয়চম গোস্বামী
(ঘ) নিৰ্মলপ্ৰভা বৰদলৈ

উত্তৰ :- (ক) নলিনীবালা দেৱী

৮/ অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় ?

(ক) ১৯৮৫ চনত
(খ) ১৯৮৬ চনত
(গ) ১৯৮৭ চনত
(ঘ) ১৯৮৮ চনত

উত্তৰ :- (ক) ১৯৮৫ চনত

৯/ অসমত সহ: অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি ?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা
(খ) ব্ৰজ শৰ্মা
(গ) জ্যোতিপ্ৰসাদ আগৰৱালা
(ঘ) প্ৰমথেশ বৰুৱা

উত্তৰ :- (খ) ব্ৰজ শৰ্মা

১০/ অসম ফুটবল সন্থাৰ (১৯৪৬ চন) প্ৰথমগৰাকী সভাপতি কোন আছিল ?

(ক) নবীন চন্দ্ৰ বৰদলৈ
(খ) ফখৰুদ্দিন আলি আহমেদ
(গ) ফণী শৰ্মা
(ঘ) ৰাধাগোবিন্দ বৰুৱা

উত্তৰ :- (খ) ফখৰুদ্দিন আলি আহমেদ

Related Posts