Sign Up

Ready to quench your curiosity ? Register now and become part of VISION ACE knowledge revolution!"

Sign In

Join the Knowledge Community---- VISION ACE

Forgot Password

Lost your password? Please enter your email address. You will receive a link and will create a new password via email.

Sorry, you do not have a permission to ask a question, You must login to ask question.

Please briefly explain why you feel this question should be reported.

Please briefly explain why you feel this answer should be reported.

Please briefly explain why you feel this user should be reported.

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-07

5/5 - (6 votes)

Assam GK In Assamese Language

১/ পৃথিৱীৰ সৰ্ববৃহৎ চি. টি. চি. চাহ নিলাম কেন্দ্ৰটো ক’ত অৱস্থিত ?

The world’s largest CTC Where is the Tea Auction Center located?

(ক) কলকতা
(খ) গুৱাহাটী
(গ) দাৰ্জিলিং
(ঘ) কলম্বো

উত্তৰ :- (খ) গুৱাহাটী

 

২/ আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি ?

What is the name of the last independent king of the Ahom?

(ক) চন্দ্ৰকান্ত সিংহ
(খ) কমলেশ্বৰ সিংহ
(গ) যোগেশ্বৰ সিংহ
(ঘ) পুৰন্দৰ সিংহ

উত্তৰ :- (ঘ) পুৰন্দৰ সিংহ

 

৩/ মাইলছ ব্ৰঞ্চনে প্ৰস্তুত কৰা অসমীয়া ইংৰাজী অভিধান খনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল ?

How many words did Miles Bronson contain in the Assamese English Dictionary?

(ক)  ১৫০০০ শব্দ
(খ)  ২০০০০ শব্দ
(গ)  ১২০০০ শব্দ
(ঘ)  ১৪০০০ শব্দ

উত্তৰ :- (ঘ) ১৪০০০ শব্দ

 

৪/ চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি ?

What is the name of the last king of the Chutia Empire?

(ক) ৰত্নপাল
(খ) বিষ্ণুপাল
(গ) বীৰপাল
(ঘ) নীতিপাল

উত্তৰ :- (ঘ) নীতিপাল

 

৫/ পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে ?

Which tribe celebrates the Pollen Festival?

(ক) কাৰ্বি
(খ) ৰাভা
(গ) মিচিং
(ঘ) বড়ো

উত্তৰ :- (গ) মিচিং

 

৬/ অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে ?

Who awards the Assam Valley Literature Award?

(ক) অসম সাহিত্য সভা
(খ) সাহিত্য অকাডেমি
(গ) মেগৰ শিক্ষা ন্যাস
(ঘ) অসম চৰকাৰ

উত্তৰ :- (গ) মেগৰ শিক্ষা ন্যাস

 

৭/ তলৰ কোঁনজন অসমীয়াই দাণ্ডি যাত্ৰাত ভাগ লৈছিল ?

Which of the following Assamese participated in the Dandi Yatra?

(ক) লীলাধৰ বৰুৱা
(খ) নবীন চন্দ্ৰ বৰদলৈ
(গ) তৰুণৰাম ফুকন
(ঘ) কুলধৰ চলিহা

উত্তৰ :- (ক) লীলাধৰ বৰুৱা

 

৮/ প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী” কোন চনত নিৰ্মান কৰা হৈছিল ?

In which year was the first Assamese film “Jaymati” made?

(ক) ১৯২৫ চনত
(খ) ১৯৩৫ চনত
(গ) ১৯২০ চনত
(ঘ) ১৯৪০ চনত

উত্তৰ :- (খ) ১৯৩৫ চনত

 

৯/ মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায় ?

What are the plays of Madhavade known as?

(ক) ঝুমুৰা
(খ) অংকীয়া নাট
(গ) একাংকিকা নাট
(ঘ) সম্পূৰ্ণ নাট

উত্তৰ :- (ক) ঝুমুৰা

 

১০/ আহোম যুগৰ শ্ৰেষ্ঠ কবি গৰাকীৰ নাম কি ?

What is the name of the greatest poet of the Ahom era?

(ক) কৱিৰাজ চক্ৰৱৰ্তী
(খ) অমূল্য কাকতি
(গ) ভট্টদেৱ
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (ক) কৱিৰাজ চক্ৰৱৰ্তী

[ays_quiz id=”19″]

[ays_quiz_all_results id=”19″]

১/ পৃথিৱীৰ সৰ্ববৃহৎ চি. টি. চি. চাহ নিলাম কেন্দ্ৰটো ক’ত অৱস্থিত ?

(ক) কলকতা
(খ) গুৱাহাটী
(গ) দাৰ্জিলিং
(ঘ) কলম্বো

উত্তৰ :- (খ) গুৱাহাটী

 

২/ আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি ?

(ক) চন্দ্ৰকান্ত সিংহ
(খ) কমলেশ্বৰ সিংহ
(গ) যোগেশ্বৰ সিংহ
(ঘ) পুৰন্দৰ সিংহ

উত্তৰ :- (ঘ) পুৰন্দৰ সিংহ

 

৩/ মাইলছ ব্ৰঞ্চনে প্ৰস্তুত কৰা অসমীয়া ইংৰাজী অভিধান খনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল ?

(ক)  ১৫০০০ শব্দ
(খ)  ২০০০০ শব্দ
(গ)  ১২০০০ শব্দ
(ঘ)  ১৪০০০ শব্দ

উত্তৰ :- (ঘ) ১৪০০০ শব্দ

 

৪/ চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি ?

(ক) ৰত্নপাল
(খ) বিষ্ণুপাল
(গ) বীৰপাল
(ঘ) নীতিপাল

উত্তৰ :- (ঘ) নীতিপাল

 

৫/ পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে ?

(ক) কাৰ্বি
(খ) ৰাভা
(গ) মিচিং
(ঘ) বড়ো

উত্তৰ :- (গ) মিচিং

 

৬/ অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে ?

(ক) অসম সাহিত্য সভা
(খ) সাহিত্য অকাডেমি
(গ) মেগৰ শিক্ষা ন্যাস
(ঘ) অসম চৰকাৰ

উত্তৰ :- (গ) মেগৰ শিক্ষা ন্যাস

 

৭/ তলৰ কোঁনজন অসমীয়াই দাণ্ডি যাত্ৰাত ভাগ লৈছিল ?

(ক) লীলাধৰ বৰুৱা
(খ) নবীন চন্দ্ৰ বৰদলৈ
(গ) তৰুণৰাম ফুকন
(ঘ) কুলধৰ চলিহা

উত্তৰ :- (ক) লীলাধৰ বৰুৱা

 

৮/ প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী” কোন চনত নিৰ্মান কৰা হৈছিল ?

(ক) ১৯২৫ চনত
(খ) ১৯৩৫ চনত
(গ) ১৯২০ চনত
(ঘ) ১৯৪০ চনত

উত্তৰ :- (খ) ১৯৩৫ চনত

 

৯/ মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায় ?

(ক) ঝুমুৰা
(খ) অংকীয়া নাট
(গ) একাংকিকা নাট
(ঘ) সম্পূৰ্ণ নাট

উত্তৰ :- (ক) ঝুমুৰা

 

১০/ আহোম যুগৰ শ্ৰেষ্ঠ কবি গৰাকীৰ নাম কি ?

(ক) কৱিৰাজ চক্ৰৱৰ্তী
(খ) অমূল্য কাকতি
(গ) ভট্টদেৱ
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (ক) কৱিৰাজ চক্ৰৱৰ্তী

Related Posts