Sign Up

Ready to quench your curiosity ? Register now and become part of VISION ACE knowledge revolution!"

Sign In

Join the Knowledge Community---- VISION ACE

Forgot Password

Lost your password? Please enter your email address. You will receive a link and will create a new password via email.

Sorry, you do not have a permission to ask a question, You must login to ask question.

Please briefly explain why you feel this question should be reported.

Please briefly explain why you feel this answer should be reported.

Please briefly explain why you feel this user should be reported.

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-06

5/5 - (6 votes)

Assam GK In Assamese Language

১/ শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

What is Shualkuchi famous for?

(ক) তীখা উদ্যোগ
(খ) ৰেচম উদ্যোগ
(গ) কাঁহ পিতল উদ্যোগ
(ঘ) চামৰা উদ্যোগ

উত্তৰ :- (খ) ৰেচম উদ্যোগ

 

২/ অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান ?

What is the number of National Parks in Assam?

(ক) ৬ খন
(খ) ৭ খন
(গ) ১৫ খন
(ঘ) ৪ খন

উত্তৰ :- (খ) ৭ খন

 

৩/ ১৯৩৭ চনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল ?

Who represented Assam at the Round Table Conference in 1937?

(ক) বিষ্ণুৰাম মেধি
(খ) গোপীনাথ বৰদলৈ
(গ) হেমচন্দ্ৰ গোস্বামী
(ঘ) চন্দ্ৰধৰ বৰুৱা

উত্তৰ :- (ঘ) চন্দ্ৰধৰ বৰুৱা

 

৪/ বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল ?

When was the Boro Sahitya Sabha formed?

(ক) ১৯৬০ চনত
(খ) ১৯৫৫ চনত
(গ) ১৯৫২ চনত
(ঘ) ১৯৫৪ চনত

উত্তৰ :- (গ) ১৯৫২ চনত

 

৫/ অসম বিশ্ব বিদ্যালয় ক’ত অৱস্থিত ?

Where is the University of Assam located?

(ক) গুৱাহাটী
(খ) যোৰহাট
(গ) শিলচৰ
(ঘ) তেজপুৰ

উত্তৰ :- (গ) শিলচৰ

 

৬/ ১৯৫০ চনৰ ভূমিকম্পত সম্পূৰ্ণ ধ্বংস হোৱা অসমৰ নগৰখনৰ নাম কি ?

What is the name of the city in Assam that was completely destroyed in the 1950 earthquake?

(ক) তেজপুৰ
(খ) শদিয়া
(গ) গোলাঘাট
(ঘ) বৰপেটা

উত্তৰ :- (খ) শদিয়া

 

৭/ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোজিত কৰা চহৰ দুখন কি ?

What are the two cities connected by NH-54?

(ক) শ্বিলং – আগৰতলা
(খ) মাকুম – লেখাপানী
(গ) শিলচৰ – লুঙলেই
(ঘ) বৰহি – পাণ্ডু

উত্তৰ :- (গ) শিলচৰ – লুংলেই

 

৮/ ৰামধেনুৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?

Who was the first editor of Ramdhenu?

(ক) দীননাথ শৰ্মা
(খ) হেমচন্দ্ৰ গোস্বামী
(গ) ইন্দ্ৰকমল বেজবৰুৱা
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (গ) ইন্দ্ৰকমল বেজবৰুৱা

 

৯/ প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ নাম কি ?

What is the name of the founding editor of the first Assamese monthly magazine Jonaki?

(ক) হেমচন্দ্ৰ গোস্বামী
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) চন্দ্ৰকুমাৰ আগৰৱালা
(ঘ) বেণুধৰ ৰাজখোৱা

উত্তৰ :- (গ) চন্দ্ৰকুমাৰ আগৰৱালা

 

১০/ প্ৰথম মহিলা এ. চি. এছ. বিষয়া গৰাকী কোন আছিল ?

The first woman was ACS Who was the officer?

(ক) পাৰুল দাস
(খ) শুচিব্রতা ৰায়চৌধুৰী
(গ) মীৰা শৰ্মা
(ঘ) লক্ষ্মী দেৱী

উত্তৰ :- (খ) শুচিব্রতা ৰায়চৌধুৰী

[ays_quiz id=”18″]

[ays_quiz_all_results id=”18″]

১/ শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

(ক) তীখা উদ্যোগ
(খ) ৰেচম উদ্যোগ
(গ) কাঁহ পিতল উদ্যোগ
(ঘ) চামৰা উদ্যোগ

উত্তৰ :- (খ) ৰেচম উদ্যোগ

 

২/ অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান ?

(ক) ৬ খন
(খ) ৭ খন
(গ) ১৫ খন
(ঘ) ৪ খন

উত্তৰ :- (খ) ৭ খন

 

৩/ ১৯৩৭ চনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল ?

(ক) বিষ্ণুৰাম মেধি
(খ) গোপীনাথ বৰদলৈ
(গ) হেমচন্দ্ৰ গোস্বামী
(ঘ) চন্দ্ৰধৰ বৰুৱা

উত্তৰ :- (ঘ) চন্দ্ৰধৰ বৰুৱা

 

৪/ বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল ?

(ক) ১৯৬০ চনত
(খ) ১৯৫৫ চনত
(গ) ১৯৫২ চনত
(ঘ) ১৯৫৪ চনত

উত্তৰ :- (গ) ১৯৫২ চনত

 

৫/ অসম বিশ্ব বিদ্যালয় ক’ত অৱস্থিত ?

(ক) গুৱাহাটী
(খ) যোৰহাট
(গ) শিলচৰ
(ঘ) তেজপুৰ

উত্তৰ :- (গ) শিলচৰ

 

৬/ ১৯৫০ চনৰ ভূমিকম্পত সম্পূৰ্ণ ধ্বংস হোৱা অসমৰ নগৰখনৰ নাম কি ?

(ক) তেজপুৰ
(খ) শদিয়া
(গ) গোলাঘাট
(ঘ) বৰপেটা

উত্তৰ :- (খ) শদিয়া

 

৭/ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোজিত কৰা চহৰ দুখন কি ?

(ক) শ্বিলং – আগৰতলা
(খ) মাকুম – লেখাপানী
(গ) শিলচৰ – লুঙলেই
(ঘ) বৰহি – পাণ্ডু

উত্তৰ :- (গ) শিলচৰ – লুংলেই

 

৮/ ৰামধেনুৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?

(ক) দীননাথ শৰ্মা
(খ) হেমচন্দ্ৰ গোস্বামী
(গ) ইন্দ্ৰকমল বেজবৰুৱা
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (গ) ইন্দ্ৰকমল বেজবৰুৱা

 

৯/ প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ নাম কি ?

(ক) হেমচন্দ্ৰ গোস্বামী
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) চন্দ্ৰকুমাৰ আগৰৱালা
(ঘ) বেণুধৰ ৰাজখোৱা

উত্তৰ :- (গ) চন্দ্ৰকুমাৰ আগৰৱালা

 

১০/ প্ৰথম মহিলা এ. চি. এছ. বিষয়া গৰাকী কোন আছিল ?

(ক) পাৰুল দাস
(খ) শুচিব্রতা ৰায়চৌধুৰী
(গ) মীৰা শৰ্মা
(ঘ) লক্ষ্মী দেৱী

উত্তৰ :- (খ) শুচিব্রতা ৰায়চৌধুৰী

Related Posts