Sign Up

Ready to quench your curiosity ? Register now and become part of VISION ACE knowledge revolution!"

Sign In

Join the Knowledge Community---- VISION ACE

Forgot Password

Lost your password? Please enter your email address. You will receive a link and will create a new password via email.

Sorry, you do not have a permission to ask a question, You must login to ask question.

Please briefly explain why you feel this question should be reported.

Please briefly explain why you feel this answer should be reported.

Please briefly explain why you feel this user should be reported.

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-05

5/5 - (3 votes)

Assam GK In Assamese Language

১/ গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল ?

When was the Guwahati Town Club born?

(ক) ১৯০৪ চনত
(খ) ১৯০৫ চনত
(গ) ১৯০৬ চনত
(ঘ) ১৯১০ চনত

উত্তৰ :- (গ) ১৯০৬ চনত

 

২/ অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি ?

What is the name of the world famous National Park located in Assam?

(ক) জিম কৰবেট
(খ) কাজিৰঙা
(গ) মানাহ
(ঘ) গিৰ অভয়াৰণ্য

উত্তৰ:- (খ) কাজিৰঙা

 

৩/ অসমৰ একমাত্ৰ “আই. আই. টি” খন ক’ত অৱস্থিত ?

Where is the only “IIT” in Assam located?

(ক) তিনিচুকীয়া
(খ) শিলচৰ
(গ) গুৱাহাটী
(ঘ) তেজপুৰ

উত্তৰ :- (গ) গুৱাহাটী

 

৪/ ভাৰতীয় উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হোৱা প্ৰথম গৰাকী অসমীয়া কোন ?

Who was the first Assamese to become Chief Justice of the High Court of India?

(ক) পাৰ্বতী কুমাৰ গোস্বামী
(খ) হলিৰাম ডেকা
(গ) মহানন্দ দাস
(ঘ) কৃষ্ণকান্ত সন্দিকৈ

উত্তৰ :- (ক) পাৰ্বতী কুমাৰ গোস্বামী

 

৫/ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম কি ?

What is the name of the first Assamese to be elected President of India?

(ক) ভি ভি গিৰি
(খ) ফকৰুদ্দিন আলী আহমেদ
(গ) ড° জাকিৰ হুছেইন
(ঘ) গিয়ানী জাইল সিং

উত্তৰ :- (খ) ফকৰুদ্দিন আলী আহমেদ

 

৬/ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম কি ?

What is the name of the first Assamese filmmaker?

(ক) প্ৰভাত মূৰ্খাৰ্জি
(খ) নিপ বৰুৱা
(গ) ড° ভূপেন হাজৰিকা
(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰ :- (ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

 

৭/ অসমৰ মুঠ জিলাৰ সংখ্যা কিমান ?

What is the total number of districts in Assam?

(ক) ২০ খন
(খ) ২৫ খন
(গ) ২২ খন
(ঘ) ৩৫ খন

উত্তৰ (ঘ) ৩৫ খন

 

৮/ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান পাইছে ?

Which National Park of Assam is included in the World Heritage List?

(ক) নামেৰী
(খ) মানাহ
(গ) ওৰাং
(ঘ) কাজিৰঙা

উত্তৰ :- (খ) মানাহ

 

৯/ মহাভৈৰৱ মন্দিৰ কোঁনখন জিলাত অৱস্থিত ?

Mahabhairav Temple is located in which district?

(ক) তেজপুৰ
(খ) কাছাৰ
(গ) নগাওঁ
(ঘ) গোলাঘাট

উত্তৰ :- (ক) তেজপুৰ

 

১০/ কেতিয়া অসম ব্ৰিটিছৰ অধীন হৈছিল ?

When did Assam come under the British?

(ক) ১৮২৬ চনত
(খ) ১৮২৪ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮১৭ চনত

উত্তৰ :- (ক) ১৮২৬ চনত

[ays_quiz id=”17″]

[ays_quiz_all_results id=”17″]

১/ গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল ?

(ক) ১৯০৪ চনত
(খ) ১৯০৫ চনত
(গ) ১৯০৬ চনত
(ঘ) ১৯১০ চনত

উত্তৰ :- (গ) ১৯০৬ চনত

 

২/ অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি ?

(ক) জিম কৰবেট
(খ) কাজিৰঙা
(গ) মানাহ
(ঘ) গিৰ অভয়াৰণ্য

উত্তৰ:- (খ) কাজিৰঙা

 

৩/ অসমৰ একমাত্ৰ “আই. আই. টি” খন ক’ত অৱস্থিত ?

(ক) তিনিচুকীয়া
(খ) শিলচৰ
(গ) গুৱাহাটী
(ঘ) তেজপুৰ

উত্তৰ :- (গ) গুৱাহাটী

 

৪/ ভাৰতীয় উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হোৱা প্ৰথম গৰাকী অসমীয়া কোন ?

(ক) পাৰ্বতী কুমাৰ গোস্বামী
(খ) হলিৰাম ডেকা
(গ) মহানন্দ দাস
(ঘ) কৃষ্ণকান্ত সন্দিকৈ

উত্তৰ :- (ক) পাৰ্বতী কুমাৰ গোস্বামী

 

৫/ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম কি ?

(ক) ভি ভি গিৰি
(খ) ফকৰুদ্দিন আলী আহমেদ
(গ) ড° জাকিৰ হুছেইন
(ঘ) গিয়ানী জাইল সিং

উত্তৰ :- (খ) ফকৰুদ্দিন আলী আহমেদ

 

৬/ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম কি ?

(ক) প্ৰভাত মূৰ্খাৰ্জি
(খ) নিপ বৰুৱা
(গ) ড° ভূপেন হাজৰিকা
(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰ :- (ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

 

৭/ অসমৰ মুঠ জিলাৰ সংখ্যা কিমান ?

(ক) ২০ খন
(খ) ২৫ খন
(গ) ২২ খন
(ঘ) ৩৫ খন

উত্তৰ (ঘ) ৩৫ খন

 

৮/ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান পাইছে ?

(ক) নামেৰী
(খ) মানাহ
(গ) ওৰাং
(ঘ) কাজিৰঙা

উত্তৰ :- (খ) মানাহ

 

৯/ মহাভৈৰৱ মন্দিৰ কোঁনখন জিলাত অৱস্থিত ?

(ক) তেজপুৰ
(খ) কাছাৰ
(গ) নগাওঁ
(ঘ) গোলাঘাট

উত্তৰ :- (ক) তেজপুৰ

 

১০/ কেতিয়া অসম ব্ৰিটিছৰ অধীন হৈছিল ?

(ক) ১৮২৬ চনত
(খ) ১৮২৪ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮১৭ চনত

উত্তৰ :- (ক) ১৮২৬ চনত

Related Posts