Sign Up

Ready to quench your curiosity ? Register now and become part of VISION ACE knowledge revolution!"

Sign In

Join the Knowledge Community---- VISION ACE

Forgot Password

Lost your password? Please enter your email address. You will receive a link and will create a new password via email.

Sorry, you do not have a permission to ask a question, You must login to ask question.

Please briefly explain why you feel this question should be reported.

Please briefly explain why you feel this answer should be reported.

Please briefly explain why you feel this user should be reported.

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-04

5/5 - (3 votes)

Assam GK In Assamese Language

১/ অসমৰ কোনগৰাকী চাহ খেতিয়কক দানবীৰ ৰূপে জনা যায় ?

Which tea farmer of Assam is known as Danbir?

(ক) মণিৰাম দেৱান
(খ) জগন্নাথ বৰুৱা
(গ) ৰাধাকান্ত সন্দিকৈ
(ঘ) ভোলাৰাম বৰুৱা

উত্তৰ :- (গ) ৰাধাকান্ত সন্দিকৈ

 

২/ জাগীৰোড কিহৰ বাবে বিখ্যাত ?

What is Jagiroad famous for?

(ক) চেনী উদ্যোগ
(খ) কুঁহিয়াৰ উদ্যোগ
(গ) মৰাপাট উদ্যোগ
(ঘ) কাগজ উদ্যোগ

উত্তৰ :- (ঘ) কাগজ উদ্যোগ

 

৩/ আহোম ৰাজত্ব কালত কোনগৰাকী ব্যক্তিয়ে সামাজিক সংস্কাৰৰ লগতে বিত্তীয় সংস্কাৰৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিছিল ?

Which person took responsibility for social reforms as well as financial reforms during the Ahom dynasty?

(ক) আটন বুঢ়াগোহাঁই
(খ) মোমাই তামুলী বৰবৰুৱা
(গ) পূৰ্ণানন্দ বুঢ়াগোহাঁই
(ঘ) বদন বৰফুকন

উত্তৰ :- (খ) মোমাই তামুলী বৰবৰুৱা

 

৪/ অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান ?

What is the number of Lok Sabha constituencies in Assam?

(ক) ১৮
(খ) ১২
(গ) ১৪
(ঘ) ৭

উত্তৰ:- (গ) ১৪

 

৫/ কোনগৰাকী অসমীয়া খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ?

Which Assamese athlete won the first Arjuna Award?

(ক) বিদ্যুৎ গোস্বামী
(খ) বিতুপন শইকীয়া
(গ) ভোগেশ্বৰ বৰুৱা
(ঘ) মনালিছা বৰুৱা মেহতা

উত্তৰ :- (গ) ভোগেশ্বৰ বৰুৱা

 

৬/ মহাভাৰত আৰু ৰামায়ণত উল্লেখ কৰা অনুসৰি অসমৰ প্ৰাচীন নাম কি ?

What is the ancient name of Assam as mentioned in the Mahabharata and Ramayana?

(ক) ইন্দ্ৰপ্ৰস্থ
(খ) প্ৰাগজ্যোতিষপুৰ
(গ) কামৰূপ
(ঘ) অসম

উত্তৰ :- (খ) প্ৰাগজ্যোতিষপুৰ

 

৭/ অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

Who was the first woman Chief Minister of Assam?

(ক) নলিনীবালা দেৱী
(খ) পাৰুল দাস
(গ) আনোৱাৰা টাইমূৰ
(ঘ) কমলা ৰয়

উত্তৰ :- (গ) আনোৱাৰা টাইমূৰ

 

৮/ অসমলৈ অহা প্ৰথম গৰাকী চীনা পৰিব্ৰাজক কোন আছিল ?

Who was the first Chinese traveler to visit Assam?

(ক) হিউয়েন চাং
(খ) ফা হিয়েন
(গ) কিও সিনহা
(ঘ) মিলান জেইন

উত্তৰ :- (ক) হিউয়েন চাং

 

৯/ অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন আছিল ?

Who was the first Governor of Assam?

(ক) বি কে নেহৰু
(খ) লোকনাথ মিশ্ৰ
(গ) শিৱচৰণ মাথুৰ
(ঘ) ছাৰ আকবৰ হাইদৰী

উত্তৰ :- (ঘ) ছাৰ আকবৰ হাইদৰী

 

১০/ অসমৰ সৈতে আন্তঃ ৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি ?

What are the names of the two countries that share international borders with Assam?

(ক) চীন – ৰাছিয়া
(খ) নেপাল – চীন
(গ) ভূটান – বাংলাদেশ
(ঘ) নেপাল – ম্যানমাৰ

উত্তৰ:- (গ) ভূটান – বাংলাদেশ

[ays_quiz id=”16″]

[ays_quiz_all_results id=”16″]

১/ অসমৰ কোনগৰাকী চাহ খেতিয়কক দানবীৰ ৰূপে জনা যায় ?

(ক) মণিৰাম দেৱান
(খ) জগন্নাথ বৰুৱা
(গ) ৰাধাকান্ত সন্দিকৈ
(ঘ) ভোলাৰাম বৰুৱা

উত্তৰ :- (গ) ৰাধাকান্ত সন্দিকৈ

 

২/ জাগীৰোড কিহৰ বাবে বিখ্যাত ?

(ক) চেনী উদ্যোগ
(খ) কুঁহিয়াৰ উদ্যোগ
(গ) মৰাপাট উদ্যোগ
(ঘ) কাগজ উদ্যোগ

উত্তৰ :- (ঘ) কাগজ উদ্যোগ

 

৩/ আহোম ৰাজত্ব কালত কোনগৰাকী ব্যক্তিয়ে সামাজিক সংস্কাৰৰ লগতে বিত্তীয় সংস্কাৰৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিছিল ?

(ক) আটন বুঢ়াগোহাঁই
(খ) মোমাই তামুলী বৰবৰুৱা
(গ) পূৰ্ণানন্দ বুঢ়াগোহাঁই
(ঘ) বদন বৰফুকন

উত্তৰ :- (খ) মোমাই তামুলী বৰবৰুৱা

 

৪/ অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান ?

(ক) ১৮
(খ) ১২
(গ) ১৪
(ঘ) ৭

উত্তৰ:- (গ) ১৪

 

৫/ কোনগৰাকী অসমীয়া খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ?

(ক) বিদ্যুৎ গোস্বামী
(খ) বিতুপন শইকীয়া
(গ) ভোগেশ্বৰ বৰুৱা
(ঘ) মনালিছা বৰুৱা মেহতা

উত্তৰ :- (গ) ভোগেশ্বৰ বৰুৱা

 

৬/ মহাভাৰত আৰু ৰামায়ণত উল্লেখ কৰা অনুসৰি অসমৰ প্ৰাচীন নাম কি ?

(ক) ইন্দ্ৰপ্ৰস্থ
(খ) প্ৰাগজ্যোতিষপুৰ
(গ) কামৰূপ
(ঘ) অসম

উত্তৰ :- (খ) প্ৰাগজ্যোতিষপুৰ

 

৭/ অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

(ক) নলিনীবালা দেৱী
(খ) পাৰুল দাস
(গ) আনোৱাৰা টাইমূৰ
(ঘ) কমলা ৰয়

উত্তৰ :- (গ) আনোৱাৰা টাইমূৰ

 

৮/ অসমলৈ অহা প্ৰথম গৰাকী চীনা পৰিব্ৰাজক কোন আছিল ?

(ক) হিউয়েন চাং
(খ) ফা হিয়েন
(গ) কিও সিনহা
(ঘ) মিলান জেইন

উত্তৰ :- (ক) হিউয়েন চাং

 

৯/ অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন আছিল ?

(ক) বি কে নেহৰু
(খ) লোকনাথ মিশ্ৰ
(গ) শিৱচৰণ মাথুৰ
(ঘ) ছাৰ আকবৰ হাইদৰী

উত্তৰ :- (ঘ) ছাৰ আকবৰ হাইদৰী

 

১০/ অসমৰ সৈতে আন্তঃ ৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি ?

(ক) চীন – ৰাছিয়া
(খ) নেপাল – চীন
(গ) ভূটান – বাংলাদেশ
(ঘ) নেপাল – ম্যানমাৰ

উত্তৰ:- (গ) ভূটান – বাংলাদেশ

Related Posts