Sign Up

Ready to quench your curiosity ? Register now and become part of VISION ACE knowledge revolution!"

Sign In

Join the Knowledge Community---- VISION ACE

Forgot Password

Lost your password? Please enter your email address. You will receive a link and will create a new password via email.

Sorry, you do not have a permission to ask a question, You must login to ask question.

Please briefly explain why you feel this question should be reported.

Please briefly explain why you feel this answer should be reported.

Please briefly explain why you feel this user should be reported.

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-01

5/5 - (3 votes)

Assam GK In Assamese Language

১/ ৰাষ্ট্ৰীয় বঁটাপ্রাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত ?

National Award winner Devjit Changmai is associated with which profession?

(ক) গায়ক
(খ) লেখক
(গ) ছাউণ্ড ডিজাইনাৰ
(ঘ) নিৰ্দেশক

উত্তৰ :- (গ) ছাউণ্ড ডিজাইনাৰ

 

২/ অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি ?

What is the name of the first government employee of Assam?

(ক) আনন্দৰাম বৰুৱা
(খ) ময়িদুল ইছলাম বৰা
(গ) সোণমনি বৰা
(ঘ) শৰৎ বৰা

উত্তৰ :- (ক) আনন্দৰাম বৰুৱা

 

৩/ নেপথ্য শিল্পী হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী গায়ক / গায়িকাৰ নাম কি ?

Who is the first singer / singer of Assam to win the National Award for Background Artist?

(ক) পাৰবিন চুলতানা
(খ) প্ৰিয়ংকা ভৰালী
(গ) তৰালী শৰ্মা
(ঘ) মুনমী বৰা

উত্তৰ:- (গ) তৰালী শৰ্মা

 

৪/ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত “দেউলাং খুই”ৰ ৰচক কোন ?

Who is the author of the Sahitya Academi Award winning “Deulang Khui”?

(ক) ৰীতা চৌধুৰী
(খ) নিৰ্মলপ্ৰভা বৰদলৈ
(গ) মামণি ৰয়চম গোস্বামী
(ঘ) মাইনী মহন্ত

উত্তৰ:- (ক) ৰীতা চৌধুৰী

 

৫/ শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল ?

In which year was the capital of Assam shifted from Shivsagar to Rangpur in Jorhat?

(ক) ১৮২০ চনত
(খ) ১৭৯৪ চনত
(গ) ১৫৬৭ চনত
(ঘ) ১৬৯৭ চনত

উত্তৰ :- (খ) ১৭৯৪ চনত

 

৬/ পথৰুঘাটৰ ৰণ ক’ত সংঘটিত হৈছিল ?

Where did the Battle of Pathrughat take place?

(ক) নগাওঁ জিলাত
(খ) শিৱসাগৰ জিলাত
(গ) কাৰ্বি আংলং জিলাত
(ঘ) দৰং জিলাত

উত্তৰ :- (ঘ) দৰং জিলাত

 

৭/ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম গৰাকী অসমীয়াৰ নাম কি ?

What is the name of the first Assamese to declare rebellion against the British?

(ক) মণিৰাম দেৱান
(খ) পিয়লি ফুকন
(গ) গোমধৰ কোঁৱৰ
(ঘ) কুশল কোঁৱৰ

উত্তৰ :- (গ) গোমধৰ কোঁৱৰ

 

৮/ শ্ৰীমন্ত শঙ্কৰদেৱৰ কোন চনত জন্ম হৈছিল ?

In which year was Srimanta Sankaradeva born?

(ক) ১৯৩৯ খীষ্ট্ৰাব্দত
(খ) ১৪৪৯ খীষ্ট্ৰাব্দত
(গ) ১৫৫৯ খীষ্ট্ৰাব্দত
(ঘ) ১৬৬৯ খীষ্ট্ৰাব্দত

উত্তৰ :- (খ) ১৪৪৯ খীষ্ট্ৰাব্দত

 

৯/ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম সকলে কেতিয়া প্ৰবেশ কৰিছিল ?

When did the Ahom enter the Brahmaputra Valley?

(ক) ১২২০ খীষ্ট্ৰাব্দত
(খ) ১২২৫ খীষ্ট্ৰাব্দত
(গ) ১২২৮ খীষ্ট্ৰাব্দত
(ঘ) ১১৩০ খীষ্ট্ৰাব্দত

উত্তৰ :- (গ) ১২২৮ খীষ্ট্ৰাব্দত

 

১০/ আহোম ৰাজত্ব কালত প্ৰথম খন ৰাজধানীৰ নাম কি ?

What was the name of the first capital of the Ahom dynasty?

(ক) গোঁসাই গাওঁ
(খ) ৰংপুৰ
(গ) চৰাইদেউ
(ঘ) নলবাৰী

উত্তৰ:- (গ) চৰাইদেউ

Assam GK In Assamese Language

[ays_quiz id=”13″]

[ays_quiz_all_results id=”13″]

১/ ৰাষ্ট্ৰীয় বঁটাপ্রাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত ?

(ক) গায়ক
(খ) লেখক
(গ) ছাউণ্ড ডিজাইনাৰ
(ঘ) নিৰ্দেশক

উত্তৰ :- (গ) ছাউণ্ড ডিজাইনাৰ

 

২/ অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি ?

(ক) আনন্দৰাম বৰুৱা
(খ) ময়িদুল ইছলাম বৰা
(গ) সোণমনি বৰা
(ঘ) শৰৎ বৰা

উত্তৰ :- (ক) আনন্দৰাম বৰুৱা

 

৩/ নেপথ্য শিল্পী হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী গায়ক / গায়িকাৰ নাম কি ?

(ক) পাৰবিন চুলতানা
(খ) প্ৰিয়ংকা ভৰালী
(গ) তৰালী শৰ্মা
(ঘ) মুনমী বৰা

উত্তৰ:- (গ) তৰালী শৰ্মা

 

৪/ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত “দেউলাং খুই”ৰ ৰচক কোন ?

(ক) ৰীতা চৌধুৰী
(খ) নিৰ্মলপ্ৰভা বৰদলৈ
(গ) মামণি ৰয়চম গোস্বামী
(ঘ) মাইনী মহন্ত

উত্তৰ:- (ক) ৰীতা চৌধুৰী

 

৫/ শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল ?

(ক) ১৮২০ চনত
(খ) ১৭৯৪ চনত
(গ) ১৫৬৭ চনত
(ঘ) ১৬৯৭ চনত

উত্তৰ :- (খ) ১৭৯৪ চনত

 

৬/ পথৰুঘাটৰ ৰণ ক’ত সংঘটিত হৈছিল ?

(ক) নগাওঁ জিলাত
(খ) শিৱসাগৰ জিলাত
(গ) কাৰ্বি আংলং জিলাত
(ঘ) দৰং জিলাত

উত্তৰ :- (ঘ) দৰং জিলাত

 

৭/ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম গৰাকী অসমীয়াৰ নাম কি ?

(ক) মণিৰাম দেৱান
(খ) পিয়লি ফুকন
(গ) গোমধৰ কোঁৱৰ
(ঘ) কুশল কোঁৱৰ

উত্তৰ :- (গ) গোমধৰ কোঁৱৰ

 

৮/ শ্ৰীমন্ত শঙ্কৰদেৱৰ কোন চনত জন্ম হৈছিল ?

(ক) ১৯৩৯ খীষ্ট্ৰাব্দত
(খ) ১৪৪৯ খীষ্ট্ৰাব্দত
(গ) ১৫৫৯ খীষ্ট্ৰাব্দত
(ঘ) ১৬৬৯ খীষ্ট্ৰাব্দত

উত্তৰ :- (খ) ১৪৪৯ খীষ্ট্ৰাব্দত

 

৯/ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম সকলে কেতিয়া প্ৰবেশ কৰিছিল ?

(ক) ১২২০ খীষ্ট্ৰাব্দত
(খ) ১২২৫ খীষ্ট্ৰাব্দত
(গ) ১২২৮ খীষ্ট্ৰাব্দত
(ঘ) ১১৩০ খীষ্ট্ৰাব্দত

উত্তৰ :- (গ) ১২২৮ খীষ্ট্ৰাব্দত

 

১০/ আহোম ৰাজত্ব কালত প্ৰথম খন ৰাজধানীৰ নাম কি ?

(ক) গোঁসাই গাওঁ
(খ) ৰংপুৰ
(গ) চৰাইদেউ
(ঘ) নলবাৰী

উত্তৰ:- (গ) চৰাইদেউ

Related Posts